নিৰৱতা - অসমীয়া কবিতা | Assamese Poem

শব্দৰ ভিৰত আজিকালি
নিৰৱতা যায় হেৰাই 
ওঁঠত বহু কথা,
কিন্তু হৃদয়ত নাই

কেতিয়াবা মন যায়
ক'বলৈ -
"মই ভাল নাই।"
কিন্তু ওঁঠলৈ আহি
কথাবোৰ উভতি যায়।

মোবাইলৰ পৰ্দাই মুখ উজলাই,
কিন্তু পোহৰ নাই চকুলোত
এটি বাৰ্তাই হাজাৰ শব্দ কয়,
তথাপিও অনুভূতি যে কত ?

- Admin

Comments

Popular posts from this blog

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend

আশা - Assamese Poem Hope | অসমীয়া কবিতা