Posts

Showing posts from April, 2026

Assamese Zodiac Signs With Their Unique Qualities - ৰাশি (Rashi)

1. Aries - মেষ ৰাশি, ভেড়া (Ram) - সাহস আৰু শক্তিৰ প্ৰতীক 2. Taurus - বৃষ ৰাশি, শাৰগৰু (Bull) - ধৈৰ্য আৰু স্থিৰতাৰ প্ৰতীক 3. Gemini - মিথুন ৰাশি, যমজ (Twins) - দ্বৈত স্বভাৱ আৰু বুদ্ধিমত্তা 4. Cancer - কৰ্কট ৰাশি, কেকৰা (Crab) - সুৰক্ষা আৰু সংবেদনশীলতা 5. Leo - সিংহ ৰাশি, (Lion) - নেতৃত্ব আৰু আত্মবিশ্বাস 6. Virgo - কন্যা ৰাশি, কুমাৰী (Virgin) - পৰিষ্কাৰতা আৰু শৃংখলা 7. Libra - তুলা ৰাশি, দগাপাল্লা (Balance) - ন্যায় আৰু সমতা 8. Scorpio - বৃশ্চিক ৰাশি, বিচ্চু (Scorpion) - গভীৰতা আৰু শক্তি 9. Sagittarius - ধনু ৰাশি, ধনুৰ্ধৰ (Archer) - লক্ষ্য আৰু স্বাধীনতা 10. Capricorn - মকৰ ৰাশি, সাগৰ-ছাগলী (Sea-Goat) - পৰিশ্ৰম আৰু দায়িত্ব 11. Aquarius - কুম্ভ ৰাশি, কলসীধাৰী (Water Bearer) - নতুন চিন্তা আৰু মানবতা 12. Pisces - মীন ৰাশি, মাছ (Fish) - কল্পনা আৰু অনুভূতি

Assamese 1 to 100 Spelling (Counting Numbers)

Assamese 1 to 100 Spelling ১ ৰ পৰা ১০০ লৈ আখৰেৰে লিখা 1 to 10 1 - ১ - এক (Ek) 2 - ২ - দুই (Dui) 3 - ৩ - তিনি (Tini) 4 - ৪ - চাৰি (Sari) 5 - ৫ - পাঁচ (Paanch) 6 - ৬ - ছয় (Soi) 7 - ৭ - সাত (Saat) 8 - ৮ - আঠ (Aath) 9 - ৯ - ন (No) 10 - ১০ - দহ (Dosh) 11 to 20 11 - ১১ - এঘাৰ  (Egaro) 12 - ১২ - বাৰ (Baro) 13 - ১৩ - তেৰ (Tero) 14 - ১৪ - চৈধ্য  (Soudho) 15 - ১৫ - পোন্ধৰ (Pondoro) 16 - ১৬ - ষোল (sollo) 17 - ১৭ - সোতৰ  (Sotoro) 18 - ১৮ - ওঠৰ  (Aatharo) 19 - ১৯ - ঊনৈশ (Unish) 20 - ২০ - বিশ (Bish) 21 to 30 21 - ২১ - একৈশ  (Ekoish) 22 - ২২ - বাইছ  (Baish) 23 - ২৩ - তেইশ (Teish) 24 - ২৪ - চব্বিশ (Sobish) 25 - ২৫ - পঁচিশ (Pochish) 26 - ২৬ - ছাব্বিশ (Sabbish) 27 - ২৭ - সাতাইশ (Sataish) 28 - ২৮ - আঠাইশ (Athaish) 29 - ২৯ - ঊনত্রিশ (Untrish) 30 - ৩০ - ত্ৰিশ (Trish) 31 to 40 31 - ৩১ - একত্ৰিশ (Ekotrish) 32 - ৩২ - বত্ৰিশ (Botrish) 33 - ৩৩ - তেত্ৰ...