Rongali Bihu Wishes & Captions in Assamese (বহাগ বিহুৰ শুভেচ্ছা)

Rongali Bihu Wishes in Assamese - বহাগ বিহুৰ শুভেচ্ছা 🌼 

Rongali Bihu (also called Bohag Bihu) is a vibrant Assamese festival that welcomes the Assamese New Year. It’s a time for joy, togetherness, music, dance, traditional food, and heartfelt greetings shared with family, friends, and loved ones.
Below are some beautiful Assamese wishes you can use for cards, status on WhatsApp, Facebook or Instagram.

Rongali Bihu Wishes & Captions in Assamese


ৰঙালী বিহু হৈছে অসমীয়াৰ পৰিচয়, বসন্তৰ উল্লাস, নৱবৰ্ষৰ আশাৰ উজনি। এই শুভ দিনটোত আপোনাৰ আপোনজন, বন্ধুবৰ ককণিকৈ শুভেচ্ছা জনাব লৈ সময় উপযুক্ত । শুভেচ্ছা দিয়াৰ বাবে তলত সাজু কৰা হৈছে বিশেষ বাৰ্তাসমূহ  - 

Some thoughtful Bohag Bihu Wishes to share with your loved ones

1. শুভ ৰঙালী বিহুৰ শুভেচ্ছা ✨
বহাগৰ উষ্ণতা, আনন্দ আৰু সফলতা আপোনাৰ জীৱনলৈ আনক।
এই ৰঙালী বিহুৱে আপোনাৰ ঘৰে-ঘৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক।


2. ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ✨
ঢোল, পেপাৰ সুৰ, বিহুৰ নৃত্য আৰু পিঠাৰ সোৱাদে আপোনাৰ দিনবোৰ উজ্জ্বল কৰি তুলক।
নৱ বৰ্ষত আপোনালৈ শান্তি, সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলোঁ।


3. শুভ ৰঙালী বিহু! ✨
প্ৰকৃতিৰ ৰঙৰ সৈতে মিলি আপোনাৰ জীৱন যেন ফুলৰ দৰে হাঁহিৰে ভৰি পৰে।

Bohag Bihu Wishes & Captions in Assamese


4. শুভ ৰঙালী বিহু ✨
এই বিহুৱে আপোনালৈ নতুন আশা, নতুন শক্তি আৰু সফলতাৰ খবৰ আনক।
ঢোল-পেপাৰ সুৰে আপোনাৰ সকলো দুখ-কষ্ট উৰুৱাই লৈ যাওক।

5. এই ৰঙালী বিহুত 
আপোনাৰ মনত থকা সকলো শুভ কামনা পূৰণ হওক,
আৰু আপোনাৰ ঘৰত সদায়ে আনন্দ আৰু সম্প্ৰীতিৰ আলোক জ্বলক।


Short Rongali Bihu Wishes in Assamese

  • শুভ ৰঙালী বিহু 🏵️ সুখ - শান্তিৰে ভৰি পৰক আপোনাৰ জীৱন।
  • ব’হাগ বিহুৰ শুভেচ্ছা🌼 নতুন বছৰে আনক সুখ আৰু সফলতা।
  • হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা
  • শুভ ব’হাগ বিহু! আনন্দৰে ভৰা দিনবোৰ আহক।
  • ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। নতুন আশা, নতুন আৰম্ভণি

Rongali Bihu Captions in Assamese

  1. বিহুৰ ৰং, নতুন আশাৰ সংগ।
  2. শুভ ৰঙালী বিহু! বৰষা মধুৰ সময়
  3. Kopou ফুল আৰু বিহুৰ সুৰ = অসমীয়াৰ প্ৰাণ 🌸
  4. ব’হাগ বিহু, নতুন বছৰ, নতুন আশা ❤️
  5. বিহুৰ বতাহে মনটো সেউজীয়া কৰি পেলালে 🌿
  6. অসমীয়া হৈ জন্ম লোৱাটো গৌৰৱৰ
  7. ব’হাগ মানেই প্রেম, সুৰ আৰু আনন্দ 💕
  8. নতুন বছৰৰ প্ৰথম হাঁহি - বিহুৰে সৈতে 😊
  9. বিহু নাথাকিলে বসন্তো অসম্পূৰ্ণ লাগে 🌺
  10. গামোচাখনেই আজি গৌৰৱৰ পৰিচয় ❤️
  11. বিহু vibes ON 🌼

Xubho Rongali Bihu
- from AssamesePoem.com

ৰঙালী বিহুৰ আনন্দই আপোনাৰ জীৱন উজলাওক।

Comments

Popular posts from this blog

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

প্ৰেয়সী - Assamese Love Poem | Girlfriend

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

Assamese Calendar 2026 With Government Holidays (অসমীয়া পঞ্জিকা)