সুখ নাই - Hukh Nai Assamese Poem | অসমীয়া কবিতা

সুখ নাই - Hukh Nai


দিনবোৰ দৌৰি যায়

উশাহ ল’বলৈ সময় নাপাওঁতেই

বেলি ডুব যায।


সুখ নাই এই জীৱনৰ পথত,

সপোন ভাঙে প্ৰতিটো ক্ষণত,

ভিৰৰ মাজতো অকলশৰীয়া

নিজকেই হেৰাই যাওঁ জীৱনত।


সুখ নাই মনৰ গহীন কোণত,

দুখে বাস কৰে নিশা-দিনত,

যদিও আছে হাঁহি এটি মুখত,

বেদনাই মনত জ্বলে ক্ষণত।


সুখ নাই

তথাপি জীয়াই থাকোঁ,

কালিৰ দিনটো বেলেগ হ’ব বুলি

আশাৰ দীপ জ্বলাই ৰাখোঁ।


- Written by Deep (Admin)

Copyright ©️ Assamesepoem.com

Comments

Popular posts from this blog

25 Best Assamese Love Shayari & Quotes

একপক্ষীয় প্ৰেমৰ কবিতা - One Sided Love | Assamese Sad Poem

মন আৰু প্ৰেম - Assamese Love Poem | Mon Aru Prem | অসমীয়া কবিতা

প্ৰেয়সী - Assamese Love Poem | Girlfriend

নীৰৱ প্ৰেম | Short Assamese Poem On Love | অসমীয়া কবিতা

আশা - Assamese Poem Hope | অসমীয়া কবিতা